ঘঁৰিয়ালৰঘঁৰী

ঘঁৰিয়ালৰ চকুপানী (Assamese) [ Roman: gho~.ri.ya.lor so.ku.pa.ni]
Contributed by: Partha P Sarmah on 2008-07-24
1. (Common Noun-Neuter) pretend to be sad about something but not really sad at all. বেজাৰ পোৱা ভাও জুৰি মিছাকৈ দুখ প্ৰকাশ কৰা, সাধাৰণতে চকুপানী উলিয়াই কিহবাৰ বাবে বেজাৰ পোৱা যেন দেখুওৱা৷